ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই মাইগ'ভ প্লেটফৰ্মৰ জৰিয়তে ইট ৰাইট ইণ্ডিয়াৰ বাবে মাস্কট ডিজাইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নাগৰিকক আমন্ত্ৰণ জনাইছে।